Local, Vocal, Global

Weapon seized from Manipur : মণিপুৰত জব্দ তিনিটা AK47 ৰাইফলসহ বুজন পৰিমাণৰ সা-সামগ্ৰী

নিউজ ডেস্ক,৯জুলাই : পুনৰ হিংসা জৰ্জৰ মণিপুৰত জব্দ তিনিটা AK47 ৰাইফলসহ বুজন পৰিমাণৰ সা-সামগ্ৰী৷

কাংপক্পি জিলাৰ হেংজল গাঁৱত মঙলবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ ঘটনা।মণিপুৰত কুকি বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত তুমুল সংঘৰ্ষ(Weapon seized from Manipur)৷

সংঘৰ্ষত আহত কেইবাগৰাকী কুকি মহিলা৷ কুকি মহিলা দলক বাধা দিবলৈ নিৰাপত্তা বাহিনীৰ কন্দুৱা গেছ নিক্ষেপ৷

ঘটনা সন্দৰ্ভত আটক তিনি সন্দেহযুক্ত কুকি বিদ্ৰোহীক৷ ঘটনাস্থলীৰ পৰা জব্দ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, জব্দ তিনিটা AK47 ৰাইফলসহ বুজন পৰিমাণৰ সা-সামগ্ৰী৷

লগতে পঢ়ক : Sensational Incident : বিশ্বনাথত PMAY ঘৰৰ দেৱাল ভাঙি মৃত্যু শিশুৰ