Water transport department employee jump from a boat into the Brahmaputra : যন্ত্ৰচালিত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে জল পৰিবহণ বিভাগৰ কৰ্মীয়ে

নিউজ ডেস্ক,৬অক্টোবৰ : উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ঘাটত অঘটন। শনিবাৰে উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ঘাটত যন্ত্ৰচালিত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজন লোকে।ব্ৰহ্মপুত্ৰত জাঁপ দিয়া লোকজন জল পৰিবহণ বিভাগৰ কৰ্মী কেৰালাৰ বিনছেন বুলি জানিব পৰা গৈছে(Water transport department employee jump from a boat into the Brahmaputra)।
জাহাজ নিৰ্মাণত কাঠমিস্ত্ৰী হিচাপে কৰ্মৰত আছিল লোকজন। ব্ৰহ্মপুত্ৰত জাঁপ দিয়া লোকজন কেৰেলাৰ বিনছেন। চাৰি সহযোগীৰে উত্তৰ গুৱাহাটীলৈ আহি আছিল বিনছেন।