Local, Vocal, Global

WATCH | Ramadan 2025: ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী বাবে এটা ভাল খবৰ

নিউজ ডেস্ক,১মাৰ্চ : ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বীলোকৰ বাবে এটা ভাল খবৰ।

ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী বাবে এটা ভাল খবৰ।

ৰমজান মাহৰ প্ৰাকক্ষণত চন্দ্রবাবু নাইডু চৰকাৰৰ বৃহৎ ঘোষণা(Ramadan 2025)।

পৱিত্ৰ ৰমজান মাহৰ বাবে মুছলমান ৰাইজলৈ ভাল খবৰ।

ৰোজা আৰু ইফটাৰৰ বাবে দিয়া হ’ব বিশেষ সুবিধা ঘোষণা চন্দ্রবাবু নাইডু চৰকাৰৰ।

ইফটাৰৰ বাবে কৰ্মচাৰীয়ে এঘন্টা পূর্বেই এৰিব পাৰিব কার্যালয়।

চৰকাৰী কৰ্মচাৰীসকলেও নামাজ আদায় কৰিব পাৰিব।

চন্দ্ৰবাবু নাইডু চৰকাৰৰ ঘোষণাক লৈ উৎফুল্লিত মুছলমান সমাজ।

ধর্মীয় আবেগৰ প্রতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।

লগতে পঢ়ক :WATCH | Road Accident : বিলাসীপাৰা পথ দুৰ্ঘটনা‌ কাণ্ডৰ নতুন মোৰ