Watch | Mukesh Ambani pledges to invest Rs 50,000 crore in Assam in next 5 years: অনাগত ৫ বছৰত অসমত ৫০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি মুকেশ আম্বানীৰ
গুৱাহাটী: অসমৰ বাবে ভাল খবৰ!আজিৰে পৰা আৰম্ভ এডভাণ্টেজ আছাম ২.০। গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰী সমাগম।আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছি হোৱা এডভাণ্টেজ আছাম ২.০ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই এডভাণ্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি দেশৰ প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানীয়ে অসমত অহা ৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে।
অসমৰ বাবে মুকেশ আম্বানীৰ পাঁচটা লক্ষ্য অহা ৫ বছৰত বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি। অসমত নিৰ্মাণ কৰা হ’ব AI হাইটেক চেণ্টাৰ। অসমত নির্মাণ হ’ব সপ্ততাৰকা হোটেল
১০-১২ হাজাৰ অসমীয়া যুৱক-যুৱতীক সংস্থাপন দিব ৰিলায়েন্সে। অসমৰ বাঁহ শিল্প, বস্ত্ৰ শিল্পত বিনিয়োগৰ প্রতিশ্রুতি দিয়ে মুকেশ আম্বানীয়ে