Local, Vocal, Global

WATCH | WAQF BILL 2025 : লোকসভাত উত্থাপন ৱাকফ সংশোধনী বিধেয়ক

নিউজ ডেস্ক,২মাৰ্চ : উত্তপ্ত সদন ! লোকসভাত উত্থাপন ৱাকফ সংশোধনী বিধেয়ক(WAQF BILL 2025) ৷

ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগে লগে নতুন যুগৰ সূচনা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উত্থাপন কৰে বিধেয়কখন

লগতে পঢ়ক: WATCH | Teok News : মিচিং ভাষাক প্ৰাথমিক শিক্ষা মাধ্যমত স্বীকৃতিক লৈ উৎসাহিত চোচাবাটবাসী