WATCH | Waqf Amendment Bill: দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বহু মুছলমান বীৰৰ উদাহৰণ দি সদন কঁপালে কংগ্ৰেছ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে
নিউজ ডেস্ক,৪এপ্ৰিল : ‘সংখ্যালঘু শিক্ষার্থীৰ স্কলাৰশ্বিপ বন্ধ কৰি দিয়া বিজেপিয়ে কয় ৱাকফৰ সম্পত্তিৰ পৰা আমদানিকৃত ধনেৰে দৰিদ্ৰ জনতাৰ সহায় হ’ব’
দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বহু মুছলমান বীৰৰ উদাহৰণ দি সদন কঁপালে কংগ্ৰেছ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে
‘ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ইমৰাণ প্রতাপগড়ীৰ গর্জন’,’এই সম্পত্তি আমাৰ, ইয়াত অন্যলোকৰ হস্তক্ষেপ নচলিব’। ‘সংখ্যালঘু শিক্ষার্থীব স্কলাৰশ্বিপ বন্ধ কৰি দিছে বিজেপি চৰকাৰে’। ‘বিজেপিয়ে কয় ৱাকফৰ সম্পত্তিৰ পৰা আমদানিকৃত ধনেৰে দৰিদ্ৰ জনতাৰ সহায় হ’ব’।
দেশৰ বাবে প্ৰাণ আহুতি দিয়া বহু মুছলমানৰ উদাহৰণ দি সদন কঁপালে সাংসদগৰাকীয়ে(Waqf Amendment Bill)।
‘আমাৰ পূৰ্বপুৰুষে ধার্মিক কামৰ বাবে ৱাকফৰ সম্পত্তি দান কৰিছিল’। ‘এই সম্পত্তি আমাৰ, ইয়াত অন্যলোকৰ হস্তক্ষেপ নচলিব’।
‘মুছলমানক অন্ততঃ কৱৰত শান্তিৰে শুবলৈ দিয়ক মোদী চৰকাৰে’,’মুছলমানৰ ঘৰ ভাঙি শান্তি নোপোৱা মোডী চৰকাৰৰ চকু এইবাৰ কৱৰস্থানত’।
এনেদৰে ৱাকফৰ বিৰুদ্ধে সদন কঁপালে কংগ্ৰেছ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে।
লগতে পঢ়ক :WATCH | Himanta Biswa Sarma : অসম খনক লজ্জানত কৰিলে কোনে ?