Local, Vocal, Global

WATCH | Waqf Amendment Bill: ‘মুছলমান জাতিটোক ধ্বংস কৰিবৰ বাবেই বিজেপিয়ে কৌশলগতভাৱে এই কাম কৰিছে’-আমছু

নিউজ ডেস্ক,৪এপ্ৰিল : ‘মুছলমান জাতিটোক ধ্বংস কৰিবৰ বাবেই বিজেপিয়ে কৌশলগতভাৱে এই কাম কৰিছে’-আমছু

৯ এপ্ৰিলৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা আমছুৰ। দিছপুৰ কঁপাবলৈ সাজু আমছু।
ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান। আজি ৰাজ্যজুৰি লাখ লাখ মুছলমানে দাহ কৰিব ৱাকফ আইন।
মুখত ক’লা কাপোৰ বান্ধি ৰাজ্যজুৰি প্রতিবাদ(Waqf Amendment Bill)।

‘ৱাকফৰ সম্পত্তি আমাৰ সম্পত্তি, ধৰ্মীয় মুছলমানৰ সম্পত্তি’, ‘এই সম্পত্তিৰ ওপৰত কাৰো হস্তক্ষেপ নচলিব’। ‘মুছলমান জাতিটোক ধ্বংস কৰিবৰ বাবেই বিজেপিয়ে কৌশলগতভাৱে এই কাম কৰিছে’। ‘জোৰ-জুলুমভাৱে মাজনিশা এই আইন গৃহীত কৰাইছে’। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ

ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান। আল্লাহৰ সম্পত্তি আনক হস্তক্ষেপ কৰিব দিয়া নহ’ব বুলি হুংকাৰ।

লগতে পঢ়ক : WATCH | Nagaon News : বিশিষ্ট অভিনেতা অশ্বিনী ডেকা ওৰফে মুকুতাৰ স্পষ্টিকৰণ