Local, Vocal, Global

WATCH | Waqf Amendment Bill : হাতত প্লে’কার্ড লৈ ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান

নিউজ ডেস্ক,৭এপ্ৰিল : হাতত প্লে’কার্ড লৈ ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান

আল্লাহু আকবৰ ধব্বনিৰে উত্তাল কৰিছে প্ৰতিবাদস্থলী

ৱাকফ বিধেয়ক কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ(Waqf Amendment Bill)

সুন্নী ইছলামিক শিশু কল্যাণ সংস্থাৰ কাছাৰ জিলা কমিটিয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী

‘মুছলমানে গুলী আৰু নৰেন্দ্ৰ মোদীক ভয় নকৰে’

‘মুছলমান ভয় কৰে কেৱল আল্লাহক’

‘তেজ দিম কিন্তু ৱাকফ কেতিয়াও মানি নলওঁ’

কাছাৰৰ সোনাই ধনেহৰিত উত্তাল প্রতিবাদ

আৰক্ষীৰে সমুখসমৰত হাজাৰ হাজাৰ মুছলমান

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা কমলা তোদী স্মৃতি ভৱনত ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱৰ স্মৃতিচাৰণ সভা