WATCH | Waqf (amendment) Act: মুছলমানে ভয় নকৰে মোডী চৰকাৰক;মুছলমানে কেৱল ভয় কৰে আল্লাহক

নিউজ ডেস্ক,৮এপ্ৰিল : মুছলমানে ভয় নকৰে মোডী চৰকাৰক। মুছলমানে ভয় নকৰে বন্দুকৰ গুলীক। মুছলমানে কেৱল ভয় কৰে আল্লাহক(Waqf (amendment) Act) ।
ৱাকফ সংশোধনী বিধেয়কৰ পৰা আইন হল কিন্তু তাৰপাছতো শান্ত হোৱা নাই মুছলমান। দেশ জুৰি প্ৰতিবাদ অব্যাহত আছে মুছলমানৰ। কি অসম, কি কলকাতা,কি আহমেদাবাদ , কি দিল্লী , কি মনিপুৰ চাৰিওফালে কেৱল প্ৰতিবাদ দেয়খিবলৈ পোৱা গৈছে। এই দৃশ্য মনিপুৰৰ। নাৰা ই তাকবীৰ ধ্বনীৰে মনিপুৰৰ আকাশ বতাহ গৰম কৰি তুলিছে। মুছলমানৰ এটাই দাবী কোনো কাৰণতে ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ। বিজেপি চৰকাৰ চকু কেৱল মুছলমানৰ ওপৰত। মুছলমান নাম শুনিলেই বিজেপি গা জ্বলে তেন্তে আমাক গুলিয়াই মাৰি পেলাওকষ এনেধৰনৰ মন্তব্যৰে প্ৰতিবাদকাৰীয়ে সমগ্ৰ দেশতেই প্ৰতিবাদ কৰা দেখা পোৱা গৈছে।
তাৰমাজতেই আন এটা ঘটনাই আপোনাকো আচৰিত কৰি তুলিব। এই দৃশ্যটো মন কৰক। মছজিদৰ ওপৰত উঠি একাংশ হিন্দুত্ববাদী যুৱকৰ গুণ্ডাগিৰিৰ দৃশ্য চাওক। মছজিদৰ ছাদৰ ওপৰত উঠি জয় শ্ৰীৰাম ধ্বনীৰে কেনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্ঠি কৰাৰ কৰাণে উঠি পৰি লাগিছে। ইতিমধ্যে আৰক্ষীয়ে বহু কেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ।
এইবাৰ দৃশ্যলৈ মন কৰক। এইয়া হৈছে পৱিত্ৰ সদনৰ দৃশ্য। .ৱাকফ সংশোধনী আইনক লৈ সদম উত্তপ্ত হৈ পৰিছে। অধ্যক্ষই বিজেপিৰ পক্ষ লোৱাৰ পাছতেই সদনত গৰজি উঠিল বহু বিধায়ক। ৱাকফ সংশোধনী আইন কোনো কাৰণতে মানি নলয় মুছলমানে। ৱাকফৰ সম্পত্তি হৈছে আল্লাহৰ সম্পত্তি। আল্লাহৰ সম্পত্তিত কোনো কাৰণতে বিজেপিৰ হাতত তুলি দিয়া নহয়।
লগতে পঢ়ক : WATCH | Boko News : বকোৰ জৱেপাৰা-নাগোপাৰা-ভোগদাবাৰী আঞ্চলিক মা মনসা পূজা