Local, Vocal, Global

WATCH | Waqf Act protests: শিলচৰত ভয়ংকৰ পৰিস্থিতি

নিউজ ডেস্ক,১৩ এপ্ৰিল : শিলচৰত ভয়ংকৰ পৰিস্থিতি

সমুখ সমৰত প্ৰতিবাদকাৰী মুছলমান আৰু আৰক্ষী

ৱাকফক লৈ উত্তাল হৈ পৰিছে শিলচৰ ৰাজপথ(Waqf Act protests)

ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান

প্রতিবাদকাৰী মুছলমানক বাধা দিবলৈ আৰক্ষীৰ লাঠি চার্জ

ৱাকফৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান

আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

কোনো কাৰণতেই ৱাকফ আইন মানি নোলোৱাৰ হুংকাৰ

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘গৌৰৱ-অখিল- লুৰিণজ্যোতিয়ে ছুনামি আনক আমি ৰৈ আছোঁ’