Local, Vocal, Global

WATCH | Waqf Act now sees protests in Manipur: মনিপুৰৰ আকাশে বতাহে কেৱল ”নাৰা ই তাকবীৰ আল্লাহু আকবাৰ” ধ্বনি শুনা পোৱা গৈছে

নিউজ ডেস্ক,৭এপ্ৰিল : মনিপুৰৰ আকাশে বতাহে কেৱল ”নাৰা ই তাকবীৰ আল্লাহু আকবাৰ” ধ্বনি শুনা পোৱা গৈছে।

অশান্ত মনিপুৰ পুনৰ উত্তপ্ত হৈ পৰিছে(Waqf Act now sees protests in Manipur)।

শ শ মুছলমান ৰাজপছত ওলাই প্ৰতিবাদ সাব্যস্ত ।

বিজেপি নেতাৰ ঘৰত অ/গ্নিসংযোগ উত্তেজিত জনতাৰ।

ৱাকফ সংশোধীন আইনক সমৰ্থন কৰা বিজেপি নেতাৰ ঘৰত ভয়ংকৰ ঘটনা।

শ শ উত্তেজিত মুছলমানে কৰিলে এই কাণ্ড ।

প্ৰাণৰ মমততা আত্মগোপন বিজেপি নেতাৰ।

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আচকৰ আলীয়ে।

মনিপুৰৰ মুছলমান সকলে ৱাকফ সংশোধীন আইনক কৰিছে প্ৰতিবাদ।

লগতে পঢ়ক : WATCH | Bhupen Borah : ‘মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে’