WATCH | Waqf Act : ৱাকফক লৈ আজি উচ্চতম ন্যায়ালয়ত শুনানি
নিউজ ডেস্ক,৫মে’ : মুছলমানলৈ আহিব পাৰে সুখবৰ
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি
২০ কোটি মুছলমানে পাব সকাহ(Waqf Act)
ৱাকফক লৈ আজি আহিব পাৰে ভাল খবৰ
ৱাকফ বাই ইউজাৰৰ ওপৰত আজি দিব পাৰে বিশেষ ৰায়
কোটি কোটি মুছলমানে ৱাকফ আইনৰ বিৰোধিতা কৰি কৰিছিল প্ৰতিবাদ
১৭ এপ্রিলত ন্যায়ালয়ে মুছলমানক সকাহ দি ৫ মে’ত দিছিল পৰৱৰ্তী শুনানি
আজিৰ দিনটোৰ আপেক্ষাত কোটি কোটি মুছলমান
লগতে পঢ়ক : WATCH | Sukur Ali : শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে শুকুৰ আলী!