Local, Vocal, Global

WATCH | Waqf Act 2025: দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি

নিউজ ডেস্ক,১৫মে’ : দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি হ’ব ৱাকফৰ শুনানি।

কোটি কোটি মুছলমানে পাব সকাহ।

ৱাকফক লৈ আজি আহিব পাৰে ভাল খবৰ।

CJI বি আৰ গাৱাই আৰু ন্যায়াধীশ আগষ্টীন জৰ্জ মছীহৰ বিচাৰপীঠত চলিব শুনানি।

পূৰ্বে প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এই সন্দৰ্ভত চলিছিল বিচাৰ প্রক্রিয়া(Waqf Act 2025)।

যোৱা ২৫ এপ্ৰিলত এই আইনৰ বৈধতা দাবীৰে SCত ১৩৩২ পৃষ্ঠাৰ শপতনামা দাখিল কৰে চৰকাৰে।

কোটি কোটি মুছলমানে ৱাকফ আইনৰ বিৰোধিতা কৰি কৰিছিল প্ৰতিবাদ।

আজিৰ দিনটোৰ আপেক্ষাত কোটি কোটি মুছলমান।

লগতে পঢ়ক : WATCH | Heated situation : নগাঁৱৰ চলচলিৰ HP তেল ডিপুত উত্তপ্ত পৰিস্থিতি