Local, Vocal, Global

WATCH | Waqf Act 2025:’IPS মহম্মদ নুৰুল হুদা প্ৰকৃত হিৰো’

নিউজ ডেস্ক,২১এপ্ৰিল : IPS চাকৰি এৰা নুৰুল হুদাক লৈ পঞ্চমুখী হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম

ৱাকফ আইন বিৰুদ্ধ কৰি চাকৰি এৰিলে নুৰুল হুদাই

‘নুৰুল হুদা প্ৰকৃত হিৰো’

ৱাকফ আইন বাতিল নকৰালৈকে নেমছুৱে প্ৰতিবাদ কৰাৰ হুংকাৰ(Waqf Act 2025)

লগতে পঢ়ক : WATCH | Jakir Hussain Sikdar : ‘মন গলেই অখিল গগৈয়ে যাকে তাকে বিজেপিৰ এজেণ্ট বনাই দিয়ে’