WATCH | Waqf Act 2025 : আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে কঁপালে পশ্চিম বংগ
নিউজ ডেস্ক,১২এপ্ৰিল : আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে কঁপালে পশ্চিম বংগ
মাইকযোগে ‘আল্লাহু আকবৰ’ ধ্বনি আগবাঢ়িছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী
দেশৰ ভিতৰতেই ৱাকফ আইনৰ বিৰুদ্ধে উলিওৱা হ’ল বৃহৎ ৰেলী
প্ৰতিবাদকাৰীক ৰুধিবলৈ নিৰুপায় আৰক্ষী(Waqf Act 2025)
মতা বেনাৰ্জীৰ মন্তব্যৰ পিছতে আন্দোলনে পাইছে নতুন গতি
ৱাকফ আইন মানি নলও বুলি ৫ হাজাৰ মুছলমানৰ দেশৰ ভিতৰতেই বৃহৎ ৰেলী
পশ্চিমবংগ ৰাজপথৰ পৰা মোদী চৰকাৰক হুংকাৰ