Local, Vocal, Global

WATCH | Waqf Act : শান্ত হোৱা নাই পশ্চিমবংগ

নিউজ ডেস্ক,১৫এপ্ৰিল : ৱাকফ আইনৰ জড়িয়তে মুছলমানৰ কেনেদৰে ক্ষতি হ’ব ক’লে এগৰাকী অধিবক্তাই।

ৱাকফ আইন বাতিলৰ দাবীত এতিয়াও শান্ত হোৱা দেশৰ মুছলমান(Waqf Act)।

তাৰ মাজতেই এগৰাকী অধিবক্তাৰ মন্তব্যই জোকাৰিছে পশ্চিমবংগ।

লগতে পঢ়ক : WATCH | Nalbari News : সুদীৰ্ঘ ৪২ বছৰ পিছত মহামিলন ঘটিল গুৰু-শিষ্যৰ