WATCH | Waqf Act: ৱাকফক আইনক লৈ পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি
নিউজ ডেস্ক,৯ এপ্ৰিল : ৱাকফক আইনক লৈ পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি ।
বিধানসভাৰ মজিয়াতে আচবাব ভাঙি লণ্ড-ভণ্ড কৰিলে বিধায়কে।
বিজেপি আৰু বিৰোধী বিধায়কৰ মাজত তুমুল বিৰ্তক।
বিধানসভাৰ ভিতৰতে বিৰোধী বিধায়কক অশ্লিল গালি-গালাজ(Waqf Act)।
হিন্দুক গালি দিছে বুলি বিৰোধ বিধায়কৰ ওপৰত জপিয়াই পৰিল বিজেপি বিধায়ক।
নেচনেল কনফাৰেন্স দলৰ বিধায়কে ৱাকফ আইনৰ ওপৰত বিচাৰিছিল আলোচনা।
অধ্যক্ষই আলোচনাৰ দাবী প্রত্যাখ্যান কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতি।
বিধানসভাৰ তৃতীয় দিনাও ৱাকফৰ সন্দৰ্ভত আলোচনা বিচাৰি উত্তপ্ত জম্মু-কাশ্মীৰৰ বিধানসভা।
ৱাকফক আইনক লৈ জম্মু-কাশ্মীৰৰ বিধানসভাত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি।
বিজেপি আৰু বিৰোধী বিধায়কৰ মাজত হতাহতি।
লগতে পঢ়ক : WATCH | AAMSU Protest : মহানগৰীৰ আকাশ বতাহ কপাই তুলিলে আমছুৱে