Local, Vocal, Global

WATCH | Voter Card : ভোটাৰ কাৰ্ডকলৈ ডাঙৰ খবৰ

নিউজ ডেস্ক,১৬মাৰ্চ : ভোটাৰ কাৰ্ডকলৈ ডাঙৰ খবৰ

পান কার্ড নহয় এইবাৰ আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ ভোটাৰ কার্ড।

দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডক লৈ কৰিব নতুন ঘোষণা(Voter Card)।

আধাৰ আৰু ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত বিশেষ বৈঠক হ’ব নির্বাচন আয়োগৰ।

বৈঠকত মিলিত হ’ব গৃহ মন্ত্রালয়, আইন মন্ত্রালয়, UIDAIৰ শীৰ্ষ বিষয়া।

ভুৱা ভোটাৰক চিনাক্তকৰণৰ বাবে আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰাৰ ব্যৱস্থা অনা হ’ব।

ভোটাৰ তালিকাক স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰ্বাচন আয়োগৰ এই পদক্ষেপ।

লগতে পঢ়ক :WATCH | Smart Meter : ৰাজ্যবাসীয়ে সকাহ পাব স্মার্ট মিটাৰৰ পৰা