Local, Vocal, Global

Virat Kohil: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বিৰাট কোহলীৰ

নিউজ ডেস্ক,১২মে’ : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বিৰাট কোহলীৰ।

এটি ইষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কথা জনানে বিৰাট কোহলীয়ে।

২০১১ চনৰ ২২ জুনত ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল বিৰাট কোহলীৰ।

১২৩খন টেষ্ট মেচত ৯,২৩০ ৰাণ সংগ্ৰহ কৰিছে বিৰাট কোহলীয়ে(Virat Kohil)।

টেষ্ট মেচত ৩০টা শতক, ৩১টা অৰ্ধ শতক অৰ্জন কৰিছে কিং কোহলীয়ে।

২৯ জুনত টী-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল বিৰাট কোহলীয়ে।

লগতে পঢ়ক : WATCH | Nalbari News : চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ ধ্বনিৰে উত্তাল বেলশৰ