Local, Vocal, Global

Vijaya Dashami 2024: আজি বিজয়া দশমী; মহানগৰীত তিনিদিনীয়াকৈ হ’ব বিসৰ্জন কাৰ্যসূচী

নিউজ ডেস্ক,১২অক্টোবৰ : আজি বিজয়া দশমী। আজিৰে পৰা আৰম্ভ হৈছে বিসৰ্জন কাৰ্যসূচী।

মহানগৰীত তিনিদিনীয়াকৈ হ’ব বিসৰ্জন কাৰ্যসূচী(Vijaya Dashami 2024)।

গুৱাহাটী আৰু গুৱাহাটীৰ সমীপৰ ২৭টা ঘাটত অনুষ্ঠিত হ’ব বিসৰ্জন কাৰ্যসূচী।

আজি ৫৫ খন পূজা মণ্ডপৰ দেৱী বিসৰ্জন দিব।

লাচিত ঘাটত বিসৰ্জন দিব ২৯ খন পূজাৰ প্ৰতিমা।

সাউকুচি ঘাটত বিসৰ্জন দিব ৪ খন পূজাৰ প্ৰতিমা।

বশিষ্ঠ আৰু চূণচালি ঘাটত ৫খন পূজাৰ প্ৰতিমা বিসৰ্জন।

পাণ্ডু ঘাটত আজি ৩খন পূজাৰ প্ৰতিমা বিসৰ্জন দিব।

লাচিত ঘাটত প্ৰথমখন প্ৰতিমা বিসৰ্জন।

মালৈবাৰী, পূব মালৈবাৰীত এখনকৈ পূজাৰ প্ৰতিমা বিসৰ্জন দিব।

আজি আগচিয়া মাজৰপাৰা পুখুৰীত এখন প্ৰতিমা বিসৰ্জন দিব।

গোৱৰ্ধন মাজঘাটত দিব এখন প্ৰতিমা বিসৰ্জন। হাজং বড়ি ঘাট, পানীখাইতি ঘাটত দুখনকৈ প্ৰতিমা বিসৰ্জন।

লগতে পঢ়ক: Vijaya Dashami 2024: :বিজয়া দশমীত দেৱী বিসৰ্জনৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি