ভিক্টৰ দাসৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয় জামিন মঞ্জুৰ কৰে ভিক্টৰ দাসৰ
চাকৰি প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ আনি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ
২৬ হাজাৰ চাকিৰত ধন সংগ্ৰহৰ অভিযোগ আনিছিল ভিকটৰে
আৰক্ষীয়ে সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰক
অভিযোগ আনিলেও ভিক্টৰে তথ্য দিব নোৱাৰাৰ অভিযোগ
ভিক্টৰ দাসক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে
ভিক্টৰৰ হৈ অধিবক্তা অংশুমান বৰাই দাখিল কৰিছিল জামিন আবেদন