Local, Vocal, Global

Vehicle falls into gorge in Jammu and Kashmir’s Anantnag : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;নিহত ৮জন

নিউজ ডেস্ক,২৭জুলাই : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত শিশুসহ নিহত ৮জন ।

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

ডাকছুম অঞ্চলত দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন।ফলত বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু। বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত লোকৰ সংখ্যা ।অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান(Vehicle falls into gorge in Jammu and Kashmir’s Anantnag)।

লগতে পঢ়ক : Typhoon Gaemi wreaks havoc in Taiwan : টাইৱানত টাইফুন গেমিয়ে লৈছে ভয়ংকৰ ৰূপ,মৃত্যু ৮জন,আহত ৮৬৬ জন