WATCH | Vaibhav Suryavanshi Father: বৈভৱ সূৰ্যবংশীৰ উজ্জ্বল প্ৰদৰ্শনক লৈ পিতৃ সঞ্জীৱ সূৰ্য্যবংশীৰ আৱেগিক বক্তব্য
নিউজ ডেস্ক,২৯এপ্ৰিল : ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ উজ্জ্বল প্ৰদৰ্শনক লৈ পিতৃ সঞ্জীৱ সূৰ্য্যবংশীৰ আৱেগিক বক্তব্য। ৰাজস্থান ৰয়েলছ আৰু বিহাৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ(Vaibhav Suryavanshi Father)।
বৈভৱ সূৰ্যবংশীৰ গৰ্বিত পিতৃ । ‘আজি সমগ্ৰ দেশে বৈভৱৰ প্ৰদৰ্শনত আনন্দিত হৈছে। বহুত কম বয়সত বিহৰৰ এজন খেলুৱৈক সুযোগ দিলে। ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্ট আৰু খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ। বিগত ৩-৪ মাহে ভালদৰে অনুশীলনৰ সুযোগ দিছিল, বৈভৱেও যথেষ্ট কষ্ট কৰিছিল’।
লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ২৬’ বিধানসভা দখলৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত নামিছে ৰাইজৰ দল