Uttar Pradesh Train Accident: উত্তৰ প্ৰদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা
নেশ্যনেল ডেস্ক,৪ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা(Uttar Pradesh Train Accident)৷
দুখনকৈ মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ৷
লাইনচ্যুত হ’ল কেইবাটাও দবা।
এটা ৰে’ল লাইনেৰে আহিছিল মালবাহী ৰে’ল দুখন।
দুৰ্ঘটনাত আহত হৈছে ৰে’লৰ চালক আৰু সহযোগী।
লগতে পঢ়ক :Sensational incident:প্ৰেম নে অন্য কিবা? কিয় আত্মহত্যাৰ পথ ল’লে সুস্মা দেৱনাথে?