Local, Vocal, Global

USTM Student Dies By Suicide : মেঘালয়ৰ USTMৰ হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা ছাত্ৰৰ

নিউজ ডেস্ক,৩১জুলাই : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়। পুনৰ ছাত্ৰৰ আত্মহত্যা(USTM Student Dies By Suicide)। পুনৰ ছাত্ৰৰ আত্মহত্যা ।

মেঘালয়ৰ USTM ত চাঞ্চল্যকৰ ঘটনা । মেঘালয়ৰ USTMৰ হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা ছাত্ৰৰ ।

ক্লাছ ১২ত অধ্যয়নৰত আছিল ছাত্ৰজন ।আত্মহত্যা কৰা ছাত্ৰজনৰ ঘৰ গোৱালপাৰাৰ লক্ষিপুৰ বুলি জানিব পৰা গৈছে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ।

ইয়াৰ পূৰ্বেও এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল বুলিও অভিযোগ উঠিছে ।

লগতে পঢ়ক : Hamas leader Ismail Haniyeh killed in Tehran : হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা;ইৰাণত ঘৰত সোমাই ইছমাইল হানিয়েক শেষ কৰিলে ইজৰাইল সৈন্যই