Local, Vocal, Global

US Election 2024: কোন হ’ব আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি?

নিউজ ডেস্ক,৬নৱেম্বৰ : কোনে মাৰিব শেষ হাঁহি ?কোন হ’ব আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি?

বৰ্তমানলৈ অব্যাহত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা অব্যাহত।শান্তিপূৰ্ণভাৱে অব্যাহত ৫০ ৰাজ্যৰ ভোটদান প্ৰক্ৰিয়া।ইতিমধ্যে পোহৰলৈ আহিছে ১৭ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ দৃশ্যপট। ১০ ৰাজ্যত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ অগ্ৰগতি। ৭ খন ৰাজ্যত আগবাঢ়ি আছে ডেম’ক্ৰেটিক পাৰ্টিৰ কমলা হেৰিছ(US Election 2024)।

এই পৰ্যন্ত ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ১৯৫ টা ইলেক্ট’ৰেল ভোট।১১৩ টা ইলেক্ট’ৰেল ভোট লাভ কৰিছে কমলা হেৰিছে।

জয়লাভৰ বাবে প্ৰয়োজন মুঠ ২৭০ টা ইলেক্ট’ৰেল ভোট।

লগতে পঢ়ক :Assam businessman attacked by Nagas: মেৰাপানীত সুৰামত্ত নগাৰ আক্ৰমণ অসমীয়া ব্যৱসায়ীক