Local, Vocal, Global

Union Home Minister Amit Shah’s visit to Assam cancelled : গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ বাতিল

নিউজ ডেস্ক,৬ এপ্ৰিল : গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ বাতিল। ৭ আৰু ৮এপ্ৰিলত অসম ভ্ৰমণৰ কৰা আছিল গৃহমন্ত্ৰী গৰাকীৰ(Union Home Minister Amit Shah’s visit to Assam cancelled) ।

অসম ভ্ৰমণত হোজাই আৰু লখিমপুৰত প্ৰচাৰ চলোৱাৰ কথা আছিল অমিত শ্বাহে(Union Home Minister Amit Shah’s proposed visit to poll-bound Assam cancelled)।

জানিব পৰা মতে, ৭এপ্ৰিলৰ পৰিৱৰ্তে ১১ এপ্ৰিলতহে অসমলৈ অহাৰ সম্ভাৱনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

লগতে পঢ়ক : Kaziranga National Park records 3.27 lakhs tourist in FY 2023-24 : পূৰ্বৰ তুলনাত চলিত বিত্তীয় বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত