Local, Vocal, Global

Union Defence Minister Rajnath Singh to visit Assam tomorrow : কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক, ১৩ মাৰ্চ : কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং। নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে(Union Defence Minister Rajnath Singh to visit Assam tomorrow) ।

জানিব পৰা মতে, অহা ১৪ মাৰ্চত দুটাকৈ দলীয় কাৰ্যসূচী লৈ অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী । বৰপেটা পৌৰসভাৰ খেলপথাৰত সম্বোধন কৰিব বিশাল জনসভা। প্ৰতিৰক্ষামন্ত্ৰীক আদৰিবলৈ সাজু মিত্ৰজোঁটৰ নেতা-কৰ্মীসকল।

লগতে পঢ়ক : Renowned Assamese Writer Arun Goswami Passes Away At 80 : অজান দেশলৈ গুচি গ’ল বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী