Uniform Civil Code to come into effect: আজিৰে পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল ক’ড
নিউজ ডেস্ক,২৭জানুৱাৰী : আজিৰে পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল ক’ড(Uniform Civil Code to come into effect)।
UCC কাৰ্যকৰী হোৱা দেশৰ প্ৰথমখন ৰাজ্য হ’ব উত্তৰাখণ্ড(Uniform Civil Code to come into effect in Uttarakhand)।
২০২২ ত BJPয়ে দিয়া অন্যতম প্ৰতিশ্ৰুতি আছিল UCC ৰূপায়ণ।
বিধানসভা নিৰ্বাচনৰ সময়ত দলটোৱে দিছিল এই প্ৰতিশ্ৰুতি।
লগতে পঢ়ক :Dead Body Found in Dibrugarh: ডিব্ৰুগড়ত ৰহস্যজনকভাৱে উদ্ধাৰ ৰাজস্থানৰ লোকৰ মৃতদেহ