Local, Vocal, Global

Unidentified Body Found in Dhemaji : চিলাপথাৰৰ আৰ্চিবঢ়া ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Dhemaji)।

ধেমাজিৰ চিলাপথাৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ । আৰ্চিবঢ়া ৰে’ল লাইনত উদ্ধাৰ হয় মৃতদেহটো। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়। ৰে’লৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

লগতে পঢ়ক :Tragic incident in Titabor : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পথৰ কামত পোহৰা দি থকা শ্ৰমিক