Local, Vocal, Global

Under-construction bridge collapsed in Sivasagar : শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং

নিউজ ডেস্ক,২২ এপ্ৰিল : ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং । দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি আছিল দলঙখন ।

শিৱসাগৰত সংঘটি হৈছে এই অঘটনটো । শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা ১৮ কোটি টকীয়া দলং ভাগি পৰে । দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী আছিল দলঙখন(Under-construction bridge collapsed in Sivasagar)। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ।

জানিব পৰা মতে, ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে চলাইছে নিৰ্মাণকাৰ্য।

লগতে পঢ়ক : block congress treasurer pratim gogoi quits congress : বিজেপিত যোগদান ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ