Umrangso Coal Mine:উমৰাংছ’ৰ কয়লা খনিৰ পৰা দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক,১১জানুৱাৰী : অব্যাহত আছে উমৰাংছ’ৰ কয়লা খনিৰ উদ্ধাৰ অভিযান । উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযানৰ আজি ষষ্ঠটো দিন।
আজি উদ্ধাৰ উমৰাংছ’ৰ কয়লা খনিৰ পৰা দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ (Umrangso Coal Mine)৷
বৰ্তমানেও খনিটোত আবদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক৷ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷
লগতে পঢ়ক :AAP MLA Gurpreet Gogi shot dead :পঞ্জাবত আম আদমি পাৰ্টীৰ বিধায়কৰ ৰহস্যজনক মৃত্যু