Local, Vocal, Global

আচৰিত আকৃতিৰ মুখৰ অধিকাৰী ইউক্ৰেইনৰ মডেল আনাস্তাছিয়া পোক্ৰেছচুক…

৩৩বছৰ বয়সতে কেইবা বাৰো মুখৰ প্লাষ্টিক অস্ত্ৰোপ্ৰচাৰৰ কৰিছে আনাস্তাছিয়া পোক্ৰেছচুকে। আনাস্তাছিয়া পোক্ৰেছচুয়ে প্লাষ্টিক অস্ত্ৰোপ্ৰচাৰৰ কৰি গালৰ আকৃতি ডাঙৰ কৰি লৈছে ।যাৰ বাবে তাইক আচৰিত ধৰণৰ দেখিবলৈ পোৱা গৈছে। আনাস্তাছিয়া পোক্ৰেছচুয়ে অস্ত্ৰোপ্ৰচাৰ কৰাৰ ফলত গাল আৰু ওঁঠ যথেষ্ট ডাঙৰ হৈ পৰিছে ।
আনাস্তাছিয়া পোক্ৰেছচুয়ে কয় তেওঁৰ এই মুখৰ পৰিৱৰ্তন বাবে তাই যথেষ্ট সুখী। লগতে কয় যে ছচিয়েল মিডিয়াত নেটিংয়ে তাইক প্ৰশংসা কৰে ।কিছুমান মানুহে তাইক ধুনীয়া বুলি কয় আৰু তাইৰ ফটোত ইষ্টাগ্ৰামত কেইবা হাজাৰ মানুহে লাইক কৰে। বিভিন্ন জনে বিভিন্ন মন্তব্য দি ধুনীয়া বুলিও কয়।

অৱশ্যে, কিছুমান ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বাৰে বাৰে মুখৰ প্লাষ্টিক অস্ত্ৰোপচাৰ কৰাৰ বাবে মডেল আনাস্তাছিয়া পোক্ৰেছচুককো সমালোচনা কৰে। একে সময়তে, আন এজনে লিখে যে আপোনাৰ মুখখন খুব ভাল, আপুনি ইয়াক আৰু অস্ত্ৰোপ্ৰচাৰৰ কৰা উচিত নহয়।


আপুনি আনাস্তাছিয়া পোক্ৰেচচুকক প্ৰথম বাৰ দেখিলে আচৰিত হব আৰু কিবা ৰোগ হোৱা বুলি ভাবিব ।কিন্তু এইটো সঁচা নহয়। আনাস্তাছিয়া পোক্ৰেছচুকে তাইৰ গাল নিজে ডাঙৰ কৰিবলৈ কেইবা বাৰো তাইৰ মুখত প্লাষ্টিক অস্ত্ৰোপচাৰ কৰাইছে।যাৰ বাবে তাইক আচৰিত ধৰণৰ দেখিবলৈ পোৱা গৈছে।