Local, Vocal, Global

Udit Narayan defends kissing female fans at concert : বলিউডৰ জনপ্ৰিয় গায়ক উদিত নাৰায়নে এইয়া কি কৰিলে?

নিউজ ডেস্ক,২ফেব্ৰুৱাৰী : বলিউডৰ জনপ্ৰিয় গায়ক উদিত নাৰায়নে এইয়া কি কৰিলে? লাইভ শ্ব “ৰ সময়তেই তিনিগৰাকী মহিলাক অনুৰাগীক চুম্বন।
তীব্ৰ গতিত ভাইৰেল ভিডিঅ'(Udit Narayan defends kissing female fans at concert)।

সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হ’ব লগা হৈছে জনপ্ৰিয় বলিউডৰ গায়ক উদিত নাৰায়ন। একপ্ৰকাৰ সামাজিক মাধ্যমত ঘৃনাৰে উপচাই পেলালে অনুৰাগীয়ে। মঞ্চত টিপ টিপ বাৰচা পানী গীত পৰিৱেশন কৰি আছিল উদিত নাৰায়নে। তেনেতেই বহু অনুৰাগী ছেল্ফী উঠিবলৈ মঞ্চৰ আগফালে আহিছিল।

এফালৰ পৰা ছেল্ফী লৈছিল গায়কজনৰ লগত। এগৰাকী মহিলাই উদিয় নাৰায়নৰ গালত চুমা খাব লওতেই জনপ্ৰিয় গায়ক জনে মহিল গৰাকীৰ ওঠত চুম্বন কৰে। লগা লগা চিকিৰিটি গাৰ্ডে মহিলপা গৰাকীক দুৰলৈ লৈ যায়।

ইয়াৰ পাছতেই ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হব লগা জনপ্ৰিয় গায়ক জন।

লগতে পঢ়ক :Mankachar News: আৰক্ষীৰ ড্ৰাইভাৰৰ নিকৃষ্ট কাণ্ড;সাংবাদিকৰ গাড়ীত ইচ্চাকৃতভাৱে ৰাখিলে ড্ৰাগছ!