Local, Vocal, Global

WATCH | Udalguri News:ওদালগুৰিত ছহিদ মণিৰাম দেৱান দিৱস উদযাপন

ওদালগুৰি,২৭ফেব্ৰুৱাৰী: ওদালগুৰিত ছহিদ মণিৰাম দেৱান দিৱস উদযাপন।

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে উদযাপন ছহিদ মণিৰাম দেৱান দিৱস(Udalguri News)।

চিপাহী বিদ্ৰোহৰ প্ৰথম গৰাকী অসমীয়া বীৰ ছহিদ মণিৰাম দেৱানৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু বাৰ্ষিকী সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে প্ৰতি বছৰে মণিৰাম দেৱান দিৱস হিচাপে পালন কৰি আহিছে।

এইবাৰো বীৰ ছহিদ গৰাকীৰ ১৬৭ সংখ্যক মৃত্যু তিথি সংগঠনটোয়ে ওদালগুৰিৰ বিষ্ণু ৰাভা প্ৰেক্ষা গৃহত জিলা সমিতিৰ অতিথ্যত কেন্দ্ৰীয় ভাৱে আয়োজন বীৰ ছহিদ মণিৰাম দেৱান দিৱস।

লগতে পঢ়ক :WATCH | Nalbari News: বৰক্ষেত্ৰীৰ কাপলাবড়ীত উন্মুক্ত ট্রেন্সফৰ্মা