Local, Vocal, Global

WATCH | Udalguri News: ‘নির্বাচনৰ প্ৰাকক্ষণত টকা গোটাবলৈ শিল- বালিৰ ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্রহ কৰিছে ৰঞ্জিত বসুমতাৰী আৰু তেওঁৰ টীমে’

ওদালগুৰি,২৪ফেব্ৰুৱাৰী : ‘নির্বাচনৰ প্ৰাকক্ষণত টকা গোটাবলৈ শিল-বালিৰ ট্ৰাকৰ পৰা গুন্দা টেক্স সংগ্রহ কৰিছে ৰঞ্জিত বসুমতাৰীয়ে’ । গাড়ীৰ সকলো কাগজ থাকিলেও শিল-বালিৰ ট্রাকে BTC ত গুন্দা টেক্স দিবই লাগিব ৰঞ্জিত বসুমতাৰীক’ । হাগ্রামা মহিলাৰীয়ে UPPLত যোগদান কৰিলে দেবৰগাঁও সমষ্টিৰ পৰা মহিলাৰীক টিকট প্ৰদানৰ লগতে BPF ৰ ১০ জন পাৰিষদক বিজয়ী কৰি অনাৰ দায়িত্ব প্রমোদ বড়ো চৰকাৰে লব বুলি কোৱাৰ পাছতেই হঠাৎ সোচ্চাৰ BPF ৰ জ্যেষ্ঠ বিধায়ক চৰণ বড়ো(Udalguri News)।

লগতে বিধায়কগৰাকীয়ে কয় যে নিজৰ লেভেল চাই কথা কওক BTC ৰ EM ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই । ৰঞ্জিত বসুমতাৰীৰে হাগ্রামা মহিলাৰীৰ কোনো তুলনা নহয় । ফেৰেংগাৰ কথাৰ সমাজত কোনো মূল্য নাই।

লগতে পঢ়ক :WATCH | Gossaigaon News: তুলসীবিল বজাৰত নতুনকৈ বজাৰৰ শুভ উদ্বোধন