Local, Vocal, Global

Two Youths Killed as Bike Crashes Into Tree : নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মটৰচাইকেলৰ;থিতাতে নিহত দুজন

নিউজ ডেস্ক, ১২ মাৰ্চ : নিয়ন্ত্ৰণ হেৰুৱাই প্ৰকাণ্ড গছত মটৰচাইকেলৰ খুন্দা । ফলত থিতাতে নিহত দুজন(Two Youths Killed as Bike Crashes Into Tree) ।

নামতিত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা । সোমবাৰে নিশা নামতিৰ দেওপানীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন( Two Youths Killed as Bike Crashes Into Tree In Sivasagar)।

জানিব পৰা মতে, এখন মটৰচাইকেলে খুন্দা মাৰে এজোপা প্ৰকাণ্ড গছত ফলত থিতাতে নিহত হয় দুইজন যুৱক। নামতিৰ পৰা দেওপানী অভিমুখে গৈ থকা অৱস্থাত এই দূৰ্ঘটনাটো সংঘটিত হয় (Two Youths Killed as Bike Crashes Into Tree)।

নিহত যুৱক দুজনৰ এজন যুৱকৰ ঘৰ নাজিৰা মেজেঙ্গা কেতেকীবাৰী আৰু আনজন নাজিৰা বৰতলৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুয়ো জন যুৱকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।দূৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল খনৰ নম্বৰ হৈছে AS04-AF-9429 ।

লগতে পঢ়ক : CID summons Assam Cong chief for 3rd time : আজি CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব APCC ৰ সভাপতি ভূপেন বৰা