Local, Vocal, Global

Two IPL Matches To Be Held In Guwahati : গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখনকৈ খেল

নিউজ ডেস্ক,২১মাৰ্চ : অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ ।

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব দুখনকৈ IPL মেচ । ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন বৰ্ষাপাৰাক । এই কথা নিশ্চিত কৰিলে RRৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে(Two IPL Matches To Be Held In Guwahati) ।

ৰাজস্থান ৰয়েলছ দলে IPLৰ দুখন মেচ গুৱাহাটীত খেলিব। মে’ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখন খেল(Two IPL Matches To Be Held In Guwahati)।

লগতে পঢ়ক : Congress workers join BJP : আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বনাথ জিলাৰ কংগ্ৰেছ নেতা অঞ্জন বৰাই