Ganja Seized in Tripura : জব্দ বুজন পৰিমাণৰ গাঞ্জা; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক

নিউজ ডেস্ক, ৬ জানুৱাৰী : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । নিচামুক্ত ত্ৰিপুৰা গঢ়াৰ লক্ষ্যৰে ৰাজ্যখনত মাদকদ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান(Ganja Seized in Tripura ) ।
শুকুৰবাৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধলাই আৰক্ষীৰ অভিযান । অভিযান জব্দ বুজন পৰিমাণ গাঞ্জা(Two held with cannabis worth Rs 55.2 lakh)।
উল্লেখ্য যে, ধলাই জিলাৰ অন্তৰ্গত আমবাছা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। বেতবাগান নাকা পইন্টত এখন ট্ৰাকত তালাচী চলাই ৪৫ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়(Ganja Seized in Tripura 2 Arrested)।
আৰক্ষীয়ে জনোৱা মতে, ট্ৰাকখনৰ টায়াৰ ভিতৰত লুকুৱাই আনিছিল গাঞ্জাখিনি । আৰক্ষীৰ অভিযানত টায়াৰ ভিতৰত পৰা জব্দ কৰে গাঞ্জা । আৰক্ষীয়ে মুঠ ১৩২ কেজি গাঞ্জা জব্দ কৰে ।জানিব পৰা মতে গাঞ্জাৰ সৈতে আক্ষীয়ে বাহনখনৰ চালকসহ দুজনক গ্ৰেপ্তাৰ কৰে। গাঞ্জা সৰবৰাহৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হয়।
লগতে পঢ়ক : Ganja Seized in Tripura : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা; আটক এজন