Local, Vocal, Global

Two CRPF personnel killed in Kuki militant attack : হিংসাজৰ্জৰ মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু CRPF জোৱানৰ

নিউজ ডেস্ক,২৭এপ্ৰিল : হিংসাজৰ্জৰ মণিপুৰত ভয়ংকৰ ঘটনা । হিংসাজৰ্জৰ মণিপুৰত CRPF জোৱানক আক্ৰমণক কুকি উগ্ৰপন্থীৰ(Two CRPF Personnel Killed In Attack by Kuki Militants In Manipur) ।

উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । শনিবাৰে পুৱাই বিষ্ণুপুৰৰ নাৰাণসেনাৰ IRBৰ পোষ্টত উগ্ৰপন্থীৰ ভয়ংকৰৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হয় দুই বীৰ জোৱানৰ। মৃত্যু হয় এগৰাকী উপ-পৰিদৰ্শকৰ লগতে CRPF জোৱানৰ। ইফালে এই আক্ৰমণৰ ফলত আন দুজন লোক গুৰুতৰভাৱে আহত হয়(Two CRPF personnel killed in Kuki militant attack ) ।

জানিব পৰা মতে, শ্বহীদ বীৰ জোৱান দুজন নাছিৰুদ্দিন সৰকাৰ আৰু অৰূপ ছাইনী । শ্বহীদ SI নাছিৰুদ্দিন সৰকাৰ বৰপেটাৰ ভেল্লাৰ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক : Assam’s Army soldier dies on duty in jharkhand : নিৰ্বাচনী দায়িত্বত নিয়োজিত CRPF জোৱানৰ মৃত্যু