Two coaches of Indore- Jabalpur Express derail : মধ্যপ্ৰদেশৰ জবালপুৰত লাইনচ্যুত ইন্দোৰ – জবলপুৰ অভাৰনাইট এক্সপ্ৰেছৰ ২টাকৈ ডবা

নেশ্যনেল ডেস্ক,৭ছেপ্তেম্বৰ : পুনৰ ৰে’ল দুৰ্ঘটনা ।এইবাৰ মধ্যপ্ৰদেশত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা( Two coaches of Indore- Jabalpur Express derail) । মধ্যপ্ৰদেশত ইন্দোৰ- জবলপুৰ অভাৰনাইট এক্সপ্ৰেছ লাইনচ্যুত। মধ্যপ্ৰদেশৰ জবালপুৰত লাইনচ্যুত ইন্দোৰ – জবলপুৰ অভাৰনাইট এক্সপ্ৰেছৰ ২টাকৈ ডবা। বৰ্তমানলৈকে পোহৰলৈ অহা নাই কোনো আঘাতপ্ৰাপ্তৰ খবৰ(Two coaches of Indore-Jabalpur Overnight Express derail in Jabalpur, no casualties reported)।
লগতে পঢ়ক : Online Trading scam : তিতাবৰত আৰক্ষীৰ জালত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত