Local, Vocal, Global

Tragic Incident in Arunachal: অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত দুটা পৰিয়াল

নিউজ ডেস্ক,২৭জানুৱাৰী : অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত দুটা পৰিয়াল।

নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় স্ক’ৰপিঅ’ বাহন(Tragic Incident in Arunachal)।

নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা ফুৰিবলৈ গৈছিল পৰিয়াল দুটা।

স্ক’ৰপিঅ’ বাহন বাহনখনত আছিল শিশুসহ মুঠ ৬গৰাকী লোক(Two Assam Families Devastated After Deadly Accident in Arunachal)।

ইতিমধ্যে উদ্ধাৰ হৈছে চালক মনোজ ছেত্ৰীৰ মৃতদেহ।

আহত হৰিমায়া ছেত্ৰী আৰু কণমানি ৰশ্মি ছেত্ৰীক উদ্ধাৰ।

এতিয়াও সন্ধানহীন ৰঞ্জিত ছেত্ৰী,মীনা ছেত্ৰী,সুৰজ ছেত্ৰী।

লগতে পঢ়ক :Uniform Civil Code to come into effect: আজিৰে পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল ক’ড