Two arrested for killing elephant in Goalpara :গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী

নিউজ ডেস্ক,২৭নৱেম্বৰ : গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী।
হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক(Two arrested for killing elephant in Goalpara) ।
আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ(Two suspected poachers arrested for killing elephant in Goalpara)।
যোৱা ১৬ নৱেম্বৰত ফকিৰমাৰা গাঁৱত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল এটা বনৰীয়া হাতী। হাতীটোক হত্যা কৰি চিকাৰীয়ে কাটি নিছিল দাঁত।
লগতে পঢ়ক:Assam Man Goes Missing in Mumbai : মুম্বাইৰ পৰা ঘৰলৈ ওভতাৰ পথত নিৰুদ্দেশ জামুগুৰিহাটৰ লক্ষ্মী নায়ক