Two arrested for assaulting Police home guard : গৃহৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সঞ্জয় লামা আৰু টুটু বৰা

নিউজ ডেস্ক,২৫মাৰ্চ : গৃহৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সঞ্জয় লামা আৰু টুটু বৰা নামৰ দুজন যুৱক । সুৰাপান কৰি গৃহৰক্ষী জোৱানক আক্ৰমণ কৰে দুই যুৱকে(Two arrested for assaulting Police home guard) ।
উল্লেখ্য যে, ২৪ মাৰ্চত অৰ্থাত দেওবাৰে সংঘটিত হয় এই ঘটনাটো । পানীখাইটিৰ সমীপত গৃহৰক্ষী জোৱানক আক্ৰমণ কৰে সঞ্জয় লামা আৰু টুটু বৰা নামৰ দুই যুৱকে(Two arrested for assaulting Police home guard in Guwahati) ।
লামা আৰু বৰাই ৰাজহুৱা স্থানত সুৰা কৰি থকাৰ সময়তে পানীখাইটিৰ লাহপাৰাত পানীখাইটি থানাত নিয়োজিত আৰক্ষী জোৱান অশোক কলিতাই সতৰ্ক কৰে। সতৰ্কবাণীৰ পিছতো যুৱক দুজনে কলিতাক আক্ৰমণ কৰে।
ইয়াৰ পিছতে পানীখাইটি আৰক্ষীয়ে লামা আৰু বৰাক আটক কৰে। আটকাধীন লোকদুজন গুৱাহাটীৰ বোণ্ডাৰ গাওঁবুঢ়া পথত থাকে বুলি জানিব পৰা গৈছে(Drunken Youths Assault Traffic Home Guard in Panikhaiti, Prompt Arrests Made) ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ ।
লগতে পঢ়ক : Body of Missing Fisherman Found : মাছ ধৰিবলৈ গৈ নদীত পৰি সন্ধাহীন ব্যক্তি