Local, Vocal, Global

Truck caught fire:যোৰহাট ৰে’ল ষ্টেচন চৌহদত ৰখাই থোৱা ট্ৰাকত অগ্নিকাণ্ড

নিউজ ডেস্ক,৫ডিচেম্বৰ : যোৰহাট ৰে’ল ষ্টেচন চৌহদত এখন ৰখাই থোৱা ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড। ষ্টেচনৰ সমীপত ৰখাই থোৱা অৱস্থাতে জ্বলি উঠে ট্ৰাকখন। কোনো দূস্কৃতিকাৰীয়ে ট্ৰাকখন জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে(Truck caught fire)।

অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে যদিও বহু ক্ষতি হয় ট্ৰাকখনৰ। অগ্নিকাণ্ড সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ AS 09 A 1306।

লগতে পঢ়ক :Assam bans complete consumption of beef in public places, hotels :অসমত হোটেল-ৰেস্তোৰাঁকে ধৰি কোনো ৰাজহুৱা স্থানত নিষিদ্ধ গো-মাংস