Local, Vocal, Global

WATCH | Triranga Jatra : পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল চিলাপথাৰৰ ৰাজপথ

ধেমাজি,১৫মে’ : পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল চিলাপথাৰৰ ৰাজপথ।

প্ৰতিবাদত অংশগ্ৰহণ হাজাৰ হাজাৰ লোকৰ।

প্ৰাক্তন সেনা জোৱানৰ লগতে হাতত ত্ৰিৰংগা পতাকা ল’লে মন্ত্ৰী ৰণোজ পেগুৱে(Triranga Jatra)।

পেগু, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূবন পেগু।

ভাৰতীয় সেনাই উলিয়াই ত্ৰিৰংগা যাত্ৰা।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: ”নিৰ্বাচনৰ ফলাফল ভাল হ’লে অহংকাৰী হ’ব নালাগে!পঞ্চায়ত নিৰ্বাচন ভাল ফলাফল হোৱাৰ বাবেই গোৱালপাৰা ধুবুৰীলৈ আহিছোঁ”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা