Transport services suspended for seven projects in north-east : আজিৰে পৰা ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা !
নিউজ ডেস্ক, ৩১জানুৱাৰী : আজিৰে পৰা পুনৰ ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা । উত্তৰ -পূৱৰ ৭টাকৈ এলপিজি প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ কৰা হৈছে। IOCLকৰ্তৃপক্ষই পৰিবহণকাৰীক প্ৰতৰণা কৰাৰ অভিযোগ । OCLকৰ্তৃপক্ষই পৰিবহণকাৰীক প্ৰতৰণা কৰাৰ বাবে পৰিবহণ সেৱা বন্ধ কৰা হৈছে(Cooking gas shortage a possibility in Assam from today)।
জানিব পৰা মতে, মঙলবাৰে পৰা অনিদিষ্টকাললৈ উত্তৰ-পূৱৰ ৭টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা বন্ধৰ কথা ঘোষণা কৰা হৈছে।গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁও,ডিমাপুৰ, দুলিয়াজান, শিলচৰ প্ৰকল্পও বন্ধ ঘোষণা ।ইফালে উত্তৰ-পূৱ পেক্ট ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েচনে কেইবাদফীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। ইয়াৰোপৰি অৰুণাচল, নাগালেণ্ডতো ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে(Transport services suspended for seven projects in north-east)।
লগতে পঢ়ক : Assam Rifles seize areca nuts worth Rs 14.32 crore : নাগালেণ্ডত জব্দ ১৪.৩২ কোটি টকাৰ বাৰ্মিজ চুপাৰী