Tragic road incident : ADRৰ পৰীক্ষা দিবলৈ গৈ মৃত্যু ছাত্ৰৰ

নিউজ ডেস্ক,২৭অক্টোবৰ : ডিব্ৰুগড়ত অঘটন । লেকাই ঠাকুৰথানত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
ডিব্ৰুগড়ত ADRৰ পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত ছাত্ৰ(Tragic road incident)।
বাইকেৰে পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত ছাত্ৰ। ফলত থিতাতে নিহত হয় ছাত্ৰজন।
নিহত ছাত্ৰজন মিলন গগৈ বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :Boat collision in Bilasipara: অৱশেষত উদ্ধাৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ