Local, Vocal, Global

Tragic Road Accident in Tezpur: দুটাকৈ পৃথক পৃথক স্থানত শোকাৱহ পথ দুৰ্ঘটনা;নিহত এজন,আহত ৪জন

নিউজ ডেস্ক,২১ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন, আহত ৪জন(Tragic Road Accident) ।

তেজপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । তেজপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ পৃথক পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত এজন লোক থিতাতে নিহত হয় লগতে আহত ৪জনকৈ লোক।

জানিব পৰা মতে, বিহগুৰিৰ ছাগলী আঁহতৰ তলত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাকৰ খুন্দাত নিহত প্ৰদীপ শৰ্মা নামৰ এজন লোক। কাৱৈমাৰীত সংঘটিত হয় দ্বিতীয়টো দুৰ্ঘটনা। পথৰ দাঁতিৰ এডাল গছত খুন্দা তীব্ৰবেগী XUVৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ ৪জন যাত্ৰী(Tragic Road Accident in Tezpur)।

লগতে পঢ়ক : Kokrajhar lok sabha election 2024 :কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী ঘোষণা