Tragic road accident in Sipajhar:ছিপাঝাৰৰ দিপীলাত দুৰ্ঘটনাত পতিত ছাত্ৰৰ চিকিৎসায়ত মৃত্যু

ছিপাঝাৰ,২৯ডিচেম্বৰ : ছিপাঝাৰৰ দিপীলাত দুৰ্ঘটনাত পতিত ছাত্ৰৰ চিকিৎসায়ত মৃত্যু।
শুকুৰবাৰে দুৰ্ঘটনাত পতিত হৈছিল ইমৰান হক । ছিপাঝাৰৰ দিপীলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ইমৰান হকে শুকুৰবাৰে বিদ্যালয়লৈ আহি থকা অৱস্থাত ডাম্পাৰৰ খুন্দাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল. আঘাতপ্ৰাপ্ত ইমৰান খানক ততাতৈয়াকৈ জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল(Tragic road accident in Sipajhar)।
কিন্তু চিকিৎসাধীন অৱস্থাত ছাত্ৰ গৰাকীৰ অকাল মৃত্যু হয়।ছাত্ৰ গৰাকীৰ মৃত্যুত দিপীলা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক :Magh Bihu :হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী